News18 AssamNews18 Assam
|
News18-Assam Updated:July 27, 2020, 9:03 PM IST
মহিলাগৰাকীৰ যোৱা দুদিনমানৰ পৰা জ্বৰ হৈ আছিল।
মহিলাগৰাকীৰ যোৱা দুদিনমানৰ পৰা জ্বৰ হৈ আছিল।
তিনিচুকীয়াৰ ডুমডুমাৰ জি এন বি ৰোড নিৱাসী প্ৰশান্তি মিত্ৰ (৪৫) নামৰ এগৰাকী মহিলাৰ আজি পুৱা মৃত্যু হয়। মৃত্যুৰ পিছত কৰা তেওঁৰ ৰেপিড এণ্টিজেন টেষ্টত মহিলাগৰাকীৰ দেহত দেহত COVID-19 পজিটিভ ধৰা পৰে। জানিব পৰা মতে, মহিলাগৰাকীৰ যোৱা দুদিনমানৰ পৰা জ্বৰ হৈ আছিল। মৃত মহিলাগৰাকী বিশিষ্ট লেখক তথা ডুমডুমা বংগীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজিৎ মিত্ৰৰ পত্নী।
Published by:
Sanjay Kumar Das
First published:
July 27, 2020, 9:03 PM IST