ডুমডুমাত এগৰাকী মহিলাৰ মৃত্যু, এণ্টিজেন টেষ্টত ধৰা পৰিল কোৰোণা পজিটিভ

News18 Assam | News18-Assam
Updated:July 27, 2020, 9:03 PM IST
ডুমডুমাত এগৰাকী মহিলাৰ মৃত্যু, এণ্টিজেন টেষ্টত ধৰা পৰিল কোৰোণা পজিটিভ
মহিলাগৰাকীৰ যোৱা দুদিনমানৰ পৰা জ্বৰ হৈ আছিল।

মহিলাগৰাকীৰ যোৱা দুদিনমানৰ পৰা জ্বৰ হৈ আছিল।

  • Share this:
তিনিচুকীয়াৰ ডুমডুমাৰ জি এন বি ৰোড নিৱাসী প্ৰশান্তি মিত্ৰ (৪৫) নামৰ এগৰাকী মহিলাৰ আজি পুৱা মৃত্যু হয়। মৃত্যুৰ পিছত কৰা তেওঁৰ ৰেপিড এণ্টিজেন টেষ্টত মহিলাগৰাকীৰ দেহত দেহত COVID-19 পজিটিভ ধৰা পৰে। জানিব পৰা মতে, মহিলাগৰাকীৰ যোৱা দুদিনমানৰ পৰা জ্বৰ হৈ আছিল। মৃত মহিলাগৰাকী বিশিষ্ট লেখক তথা ডুমডুমা বংগীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱজিৎ মিত্ৰৰ পত্নী।
Published by: Sanjay Kumar Das
First published: July 27, 2020, 9:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি