உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁও জিলাৰ শগুণডাঙ্গাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, শুই থকা অৱস্থাতে উদ্ধাৰ মৃতদেহ

    নগাঁও জিলাৰ শগুণডাঙ্গাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, শুই থকা অৱস্থাতে উদ্ধাৰ মৃতদেহ

    মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বাবেই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

    • Share this:
    নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত শগুণডাঙ্গাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷ পুৱা শুই থকা অৱস্থাতে উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। স্বামীয়ে মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ নাজানো বুলি কোৱাৰ বিপৰীতে স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ তুলিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে৷

    মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বাবেই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

    পাৰিবাৰিক কন্দলৰ পৰিণতিতে পত্নীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ  উঠিছে স্বামী গগণ দে'ৰ বিৰুদ্ধে৷ নিহত বোৱাৰীগৰাকীৰ নাম আৰতি পাটাইল৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে স্বামী গগণ দে'ক৷
    Published by:Sanjay Kumar Das
    First published: