AMCHৰ পঞ্চম মহলাৰ পৰা জঁপিয়ালে প্ৰসূতিয়ে

News18-Assam
Updated:May 25, 2019, 12:51 PM IST
AMCHৰ পঞ্চম মহলাৰ পৰা জঁপিয়ালে প্ৰসূতিয়ে
৩টা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছিল প্ৰসূতিগৰাকীয়ে। ১৬ মে’ত হাস্পতালখনত মহিলাগৰাকীয়ে জন্ম দিছিল তিনিটা সন্তান।

৩টা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছিল প্ৰসূতিগৰাকীয়ে। ১৬ মে’ত হাস্পতালখনত মহিলাগৰাকীয়ে জন্ম দিছিল তিনিটা সন্তান।

  • Share this:
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাস্পতালখনৰ পঞ্চম মহলাৰ পৰা জঁপিয়ালে এগৰাকী প্ৰসূতিয়ে। ৩টা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছিল প্ৰসূতিগৰাকীয়ে। ১৬ মে’ত হাস্পতালখনত মহিলাগৰাকীয়ে জন্ম দিছিল তিনিটা সন্তান। আজি পুৱাৰ ভাগত হাস্পতালখনৰ নৱনিৰ্মিত প্ৰসূতি ৰোগ বিভাগৰ পঞ্চম মহলাৰ পৰা জাঁপ দিয়ে মহিলাগৰাকীয়ে। বৰ্তমান সংকটজনক অৱস্থাত চিকিত্‍সাধীন হৈ আছে মহিলাগৰাকী। কি কাৰণত মহিলাগৰাকীয়ে এই কাৰ্য সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
First published: May 25, 2019, 12:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি