உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱৰ ৰাঙলুত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ, পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ

    নগাঁৱৰ ৰাঙলুত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ, পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ

    পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷

    পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷

    পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷

    • Share this:
    নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু গৰাইহাগীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ। মৃত বোৱাৰী গৰাকীৰ নাম ৰুবিনা বেগম৷ স্বামী গুলজাৰ হুছেইন আৰু গুলজাৰৰ প্ৰথম পত্নী হুচনাৰা বেগমে মিলি পৰিকল্পিতভাৱে হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ বোৱাৰীগৰাকীৰ পৰিয়ালৰ ৷

    পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাঙলু থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
    Published by:Sanjay Kumar Das
    First published: