
পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷
পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷
নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু গৰাইহাগীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ। মৃত বোৱাৰী গৰাকীৰ নাম ৰুবিনা বেগম৷ স্বামী গুলজাৰ হুছেইন আৰু গুলজাৰৰ প্ৰথম পত্নী হুচনাৰা বেগমে মিলি পৰিকল্পিতভাৱে হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ বোৱাৰীগৰাকীৰ পৰিয়ালৰ ৷
পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাঙলু থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|