মহানগৰীৰ নুনমাটিত বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা মহিলাৰ

News18-Assam
Updated:November 14, 2019, 3:08 PM IST
মহানগৰীৰ নুনমাটিত বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা মহিলাৰ
মৃত শেৱালি দেউৰী স্বাস্থ্য বিভাগত কৰ্মৰত আছিল।

মৃত শেৱালি দেউৰী স্বাস্থ্য বিভাগত কৰ্মৰত আছিল।

  • Share this:
নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত এগৰাকী মহিলাৰ আত্মহত্যা। দুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা মহিলাগৰাকীৰ। মৃত মহিলাগৰাকীৰ নাম শেৱালি দেউৰী। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ আক্ৰান্ত হৈ মানসিকভাৱে ভাগি পিৰিছিল মহিলাগৰাকীয়ে। সেই বাবে মহিলাগৰাকীয়ে এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্রত্যক্ষদর্শীৰ। মৃত শেৱালি দেউৰী স্বাস্থ্য বিভাগত কৰ্মৰত আছিল। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি