AMCHৰ পঞ্চম মহলাৰ পৰা জঁপিওৱা মহিলাগৰাকীৰ মৃত্যু

News18-Assam
Updated:May 25, 2019, 3:17 PM IST
AMCHৰ পঞ্চম মহলাৰ পৰা জঁপিওৱা মহিলাগৰাকীৰ মৃত্যু
পুৱাৰ ভাগত হাস্পতালখনৰ পঞ্চম মহলাৰ পৰা জঁপিয়াইছিল প্ৰসূতিগৰাকীয়ে।

পুৱাৰ ভাগত হাস্পতালখনৰ পঞ্চম মহলাৰ পৰা জঁপিয়াইছিল প্ৰসূতিগৰাকীয়ে।

  • Share this:
মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে AMCHত পঞ্চম মহলাৰ পৰা জঁপিওৱা মহিলাগৰাকীয়ে। কিছু সময় পূৰ্বে মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে। উল্লেখযোগ্য যে পুৱাৰ ভাগত হাস্পতালখনৰ পঞ্চম মহলাৰ পৰা জঁপিয়াইছিল প্ৰসূতিগৰাকীয়ে। ৩টা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছিল প্ৰসূতিগৰাকীয়ে। ১৬ মে’ত হাস্পতালখনত মহিলাগৰাকীয়ে জন্ম দিছিল তিনিটা সন্তান। হাস্পতালখনৰ নৱনিৰ্মিত প্ৰসূতি ৰোগ বিভাগৰ পঞ্চম মহলাৰ পৰা জাঁপ দিছিল মহিলাগৰাকীয়ে।
First published: May 25, 2019, 3:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি