• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিগবৈত কুঠাৰেৰে ঘপিয়াই মহিলাক হত্যা, হাতত তেজলগা কুঠাৰ লৈ থানাত আত্মসমৰ্পণ হত্যাকাৰীৰ

ডিগবৈত কুঠাৰেৰে ঘপিয়াই মহিলাক হত্যা, হাতত তেজলগা কুঠাৰ লৈ থানাত আত্মসমৰ্পণ হত্যাকাৰীৰ

ৰাজেন মুড়া নামৰ লোকজনে এখন কুঠাৰেৰে পুৱা শুই থকা অৱস্থাতে প্ৰহাৰ কৰে।

ৰাজেন মুড়া নামৰ লোকজনে এখন কুঠাৰেৰে পুৱা শুই থকা অৱস্থাতে প্ৰহাৰ কৰে।

ৰাজেন মুড়া নামৰ লোকজনে এখন কুঠাৰেৰে পুৱা শুই থকা অৱস্থাতে প্ৰহাৰ কৰে।

  • Share this:
ডিগবৈৰ শুকানপুখুৰীত নৃশংস হত্যাকাণ্ড। কুঠাৰেৰে ঘপিয়াই এগৰাকী মহিলাক হত্যা। আন এজন লোক আহতহৈছে এই ঘটনাত। মৃত মহিলাগৰাকীৰ নাম লক্ষ্মী ৰিকিচান। আহত লোকজন পেটুৱা মুড়া।

ৰাজেন মুড়া নামৰ লোকজনে এখন কুঠাৰেৰে পুৱা শুই থকা অৱস্থাতে প্ৰহাৰ কৰে। এই ঘটনা সংঘটিত কৰাৰ পিছতে হত্যাকাৰী ৰাজেন মুড়াই কুঠাৰখনৰে সৈতে ডিগবৈ থানাত আত্মসমৰ্পণ কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি