• Home
  • »
  • News
  • »
  • assam
  • »
  • দুই সন্তানৰ সন্মুখতে পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে এজন লোকে, লখিমপুৰৰ বলমা গাঁৱত চাঞ্চল্য

দুই সন্তানৰ সন্মুখতে পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে এজন লোকে, লখিমপুৰৰ বলমা গাঁৱত চাঞ্চল্য

পত্নীক হত্যা কৰি পলাতক হৈ আছিল মজিবুৰ ৰহমান৷ ওচৰৰে এখন গাঁৱৰ পৰা হত্যাকাৰী মজিবুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

  • Share this:
লখিমপুৰ জিলাৰ লালুক আৰক্ষীৰ চকীৰ বলমা গাঁৱত নৃশংস হত্যাকাণ্ড৷ কুঠাৰেৰে ঘপিয়াই স্বামীয়ে হত্যা কৰিলে পত্নীক৷ হত্যাকাৰী স্বামীৰ নাম মজিবুৰ ৰহমান৷ দুটি কণমানিৰ সন্মুখতে ৰাতি কুঠাৰেৰে ঘপিয়াই পত্নীক হত্যা কৰে মজিবুৰে৷ ইয়াৰ পূৰ্বে প্ৰথমা পত্নীকো হত্যা কৰিছিল মজিবুৰ ৰহমানে৷

পত্নীক হত্যা কৰি পলাতক হৈ আছিল মজিবুৰ ৰহমান৷ ওচৰৰে এখন গাঁৱৰ পৰা হত্যাকাৰী মজিবুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ হত্যাকাৰী মজিবুৰ ৰহমানক কঠোৰ শাস্তি প্ৰদানৰ দাবী ৰাইজৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি