মৰ্মান্তিক! মাজুলীত ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এগৰাকী কিশোৰী, আহত দুগৰাকী

News18 Assam | News18-Assam
Updated:February 29, 2020, 6:24 PM IST
মৰ্মান্তিক! মাজুলীত ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এগৰাকী কিশোৰী, আহত দুগৰাকী
ফাইল ফটো

নামনি মাজুলী চেলেকত সংঘটিত হৈছে এই ঘটনা

  • Share this:
মাজুলীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।  ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হৈছে ক্ৰিষ্টিন টাইড নামৰ এগৰাকী ১০ বছৰীয়া কিশোৰী। ঘটনাত আহত হৈছে দুগৰাকী কিশোৰী।  আইতাকৰ লগত ৰাস্তাৰে  গৈ থকা অৱস্থাত ট্ৰেক্টৰে খুন্দা মাৰে ক্ৰিষ্টিনক।

ঘটনাস্থলীত এতিয়া উত্তপ্ত পৰিস্থিতি। মোটায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী। আহত দুয়োগৰাকীকে ততাতৈয়াকৈ গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading