হাতে–ভৰিয়ে ৩২টা আঙুলি, আজৱ যেন লাগিলেও এয়াই সঁচা

News18-Assam
Updated:November 25, 2019, 10:07 AM IST
হাতে–ভৰিয়ে ৩২টা আঙুলি, আজৱ যেন লাগিলেও এয়াই সঁচা
স্থানীয় একাংশ লোকৰ অন্ধবিশ্বাসৰ বলিও হৈছে মহিলাগৰাকী।

স্থানীয় একাংশ লোকৰ অন্ধবিশ্বাসৰ বলিও হৈছে মহিলাগৰাকী।

  • News18 Assam
  • Last Updated: November 25, 2019, 10:07 AM IST
  • Share this:
সাধাৰণতে এজন মানুহৰ হাতে ভৰিয়ে থাকে ২০টা আঙুলি। কিন্তু ৩২টা আঙুলি থকা মানুহ আপুনি দেখিছেনে? আজৱ যেন লাগিলেও এয়াই সঁচা। ওড়িশাৰ গাঞ্জাম জিলাৰ এগৰাকী মহিলাৰ হাতে–ভৰিয়ে আছে ৩২টা আঙুলি।

মহিলাগৰাকীৰ জন্মৰে পৰা দুই ভৰিত আছে ২০টা আৰু দুহাতত আছে ১২টা আঙুলি। চিকিত্‍সকৰ মতে এয়া এক ধৰণৰ বেমাৰ। আৰ্থিক অৱস্থা স্বচ্ছল নোহাৱা বাবে চিকিত্‍সকৰ কাষ চাপিব পৰা নাই মহিলাগৰাকী।

আনহাতে, স্থানীয় একাংশ লোকৰ অন্ধবিশ্বাসৰ বলিও হৈছে মহিলাগৰাকী। মহিলাগৰাকীৰ এই অস্বাভাৱিক শাৰীৰিক গঠনৰ বাবে ‘ডাইনী’ বুলি অভিহিত কৰি মহিলাগৰাকীক শাৰীৰিক–মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ একাংশ স্থানীয় লোকৰ বিৰুদ্ধে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি