• Home
  • »
  • News
  • »
  • assam
  • »
  • দীঘলীয়া লাইন দেখি অস্বত্বিত চৰকাৰ! ৰাজ্যত আকৌ বন্ধ হ’ব সুৰাৰ বিপণী

দীঘলীয়া লাইন দেখি অস্বত্বিত চৰকাৰ! ৰাজ্যত আকৌ বন্ধ হ’ব সুৰাৰ বিপণী

 কাইলৈৰ পৰা সম্পূৰ্ণ বন্ধ হ’ব ৰাজ্যৰ সুৰাৰ বিপণীসমূহ

কাইলৈৰ পৰা সম্পূৰ্ণ বন্ধ হ’ব ৰাজ্যৰ সুৰাৰ বিপণীসমূহ

কাইলৈৰ পৰা সম্পূৰ্ণ বন্ধ হ’ব ৰাজ্যৰ সুৰাৰ বিপণীসমূহ

  • Share this:
ৰাজ্যত আকৌ বন্ধ হ’ব  সুৰাৰ বিপণী। কাইলৈৰ পৰা সম্পূৰ্ণ বন্ধ হ’ব ৰাজ্যৰ সুৰাৰ বিপণীসমূহ। এই কথা News18ক স্পষ্টকৈ জনালে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবদ্যই। গৃহমন্ত্ৰণালয়ৰ ফালৰ পৰা ল’ক ডাউন সন্দৰ্ভত অহা নিৰ্দেশাৱলীৰ পিছতে লোৱা হয় এই সিদ্ধান্ত।

সোমবাৰে সুৰাৰ বিপণী খুলি দিয়াৰ পিছতে সুৰা ক্ৰয় কৰিবলৈ একাংশই লগাইছিল হেতা-ওপৰা। আনকি ঠায়ে ঠায়ে দীঘলীয়া শাৰী পতাও দেখা গৈছিল। যাৰ ফলত অস্বত্বিত পৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
Published by:Himangshu Bhuyan
First published: