உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • "১৯৭১চনৰ পিছত ভগৱান আহিলেও ঠাই দিয়া নহ’ব", ‘ৰণহুংকাৰ’ত জুবিন গাৰ্গ

    "১৯৭১চনৰ পিছত ভগৱান আহিলেও ঠাই দিয়া নহ’ব", ‘ৰণহুংকাৰ’ত জুবিন গাৰ্গ

    • Share this:
    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে জুবিন গাৰ্গে কেবৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। কটন বিশ্ববিদ্যালয় চৌহদত ছাত্ৰসমাজৰ ৰণহুংকাৰ কাৰ্যসূচীত জুবিন গাৰ্গে অসম চুক্তিৰ প্ৰসংগৰে ১৯৭১চনৰ কাট অৱ ইয়েৰক লৈ দৃঢ় স্থিতি গ্ৰহণ কৰে। জুবিনে কয়, 
    ১৯৭১চনৰ পিছত ভগৱান আহিলেও অসমত ঠাই দিয়া নহ’ব, আমি উচ্চতম ন্যায়ালয় কাষ চাপিম।


    মঞ্চত উঠিয়ে জুবিনে কলে
    জুবিনৰ খং নুঠাব। ১৯৭১ৰ পিছত কোনো ভগবানকো থাকিবলৈ দিয়া নহব অসমত। আমি কেব হব নিদিওঁ।  আমি ৰাইজৰ শক্তি দেখাম । চৰকাৰে নিজৰ ক্ষমতা দেখুৱাইছে।



    আনহাতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কয়, 
    আমি মৰম দিয়া চৰকাৰে আমাক আজি বাধ্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ ।
    First published: