মুখ্যপৃষ্ঠা »খবৰ »অসম »দিল্লীত পাৰিবনে বিজেপিয়ে চৰকাৰ গঠন কৰিব? কি ক’লে ৰণজিত দাসে

দিল্লীত পাৰিবনে বিজেপিয়ে চৰকাৰ গঠন কৰিব? কি ক’লে ৰণজিত দাসে

Source-Google

Source-Google

দিল্লীৰ বিভিন্ন সমষ্টিত দলীয় প্ৰাৰ্থীৰহৈ প্ৰচাৰ চলাইছিল ৰণজিত দাসে

  • Share this:
" মই দিল্লীৰ ৭ টা মান সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিলো, তাত আমাৰ ফলাফল ভালতকৈয়ো ভাল হ’ব" সংবাদ মেলত এই মন্তব্য ৰাজ্যিক সভাপতি ৰণজিত দাসৰ।

কিন্তু দিল্লীত বিজেপিয়ে গঠন কৰিব বুলি এবাৰলৈও কবলৈ যেন সাহস নকৰিলে ৰঞ্জিত দাসে। তাৰ পৰিৱৰ্তে বৰ্তমান থকা তিনিজন বিধায়কৰ পৰা কেইখনমান আসন বৃদ্ধি পোৱাৰ ইংগিতহে দিলে।

দ্ধিতীয়টো কাৰ্য্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ সংবাদ মেল সম্বোধন কৰে ৰণজিত দাসে। অসমক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কৈ গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল ইমামক অসমলৈ আনি তদন্ত কৰিব লাগে বুলি সংবাদ মেলত কয় ৰণজিত দাসে।

For more sample papers from ICSE Class 10, please Click here:

শেহতীয়া বাতৰি