মুখ্যপৃষ্ঠা »খবৰ »অসম »Karbi Anglong : খেৰণিৰ শিলডুবি হাইস্কুলত বন্যহস্তীয়ে চলালে তাণ্ডৱ, ভাঙিলে দেৱাল

Karbi Anglong : খেৰণিৰ শিলডুবি হাইস্কুলত বন্যহস্তীয়ে চলালে তাণ্ডৱ, ভাঙিলে দেৱাল

ৰাইজৰ অভিযোগ মতে, হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হৈছে খেৰণিৰ বন বিভাগ।

ৰাইজৰ অভিযোগ মতে, হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হৈছে খেৰণিৰ বন বিভাগ।

ৰাইজৰ অভিযোগ মতে, হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হৈছে খেৰণিৰ বন বিভাগ।

  • Share this:
ৰাজ্যত বৃদ্ধি পোৱা হস্তী-মানৱৰ সংঘাতৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ শিলডুবি হাইস্কুলত বন্যহস্তীয়ে চলালে তাণ্ডৱ।

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা হাতীয়ে শিলডুবি বিদ্যালয়ৰ পকী দেৱাল ভাঙি পেলোৱাৰ লগতে ৰান্ধনি ঘৰৰ বয়বস্তু চূৰমাৰ কৰে। ৰান্ধনি ঘৰত থকা মধ্যাহ্ন ভোজনৰ চাউল খাই শেষ কৰাৰ লগতে স্কুলখনৰ আচবাবৰ বিস্তৰ ক্ষতি কৰে। ৰাইজৰ অভিযোগ মতে, হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হৈছে খেৰণিৰ বন বিভাগ।

শেহতীয়া বাতৰি