
ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।
ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।
গোৱালপাৰাৰ মাটিয়াত অঘটন৷ কাৰিপাৰা টিলাপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ৷ হাতীৰ গচকত থিতাতে নিহত হ’ল মঞ্জিলা খাতুন (মাতৃ) আৰু মিনহাজুল হক(৪) পুত্ৰ৷ ৰাক্ষসিনী গাৰোপাৰাত ঘৰ মৃত মাতৃ-পুত্ৰৰ৷ ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|