• Home
  • »
  • News
  • »
  • assam
  • »
  • গোৱালপাৰাৰ মাটিয়াত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল মাতৃ–পুত্ৰৰ

গোৱালপাৰাৰ মাটিয়াত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল মাতৃ–পুত্ৰৰ

ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।

ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।

ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।

  • Share this:
গোৱালপাৰাৰ মাটিয়াত অঘটন৷ কাৰিপাৰা টিলাপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ৷ হাতীৰ গচকত থিতাতে নিহত হ’ল মঞ্জিলা খাতুন (মাতৃ) আৰু মিনহাজুল হক(৪) পুত্ৰ৷ ৰাক্ষসিনী গাৰোপাৰাত ঘৰ মৃত মাতৃ-পুত্ৰৰ৷ ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন৷ ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক উপস্থিত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি