গোৱালপাৰাৰ দৰংগিৰিত ‘লাডেন’ৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু

মৃত মহিলাগৰাকীৰ ঘৰ চেঁচাপানী গাৰোপাৰাত।

News18-Assam
Updated:July 9, 2019, 7:45 AM IST
গোৱালপাৰাৰ দৰংগিৰিত ‘লাডেন’ৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু
মৃত মহিলাগৰাকীৰ ঘৰ চেঁচাপানী গাৰোপাৰাত।
News18-Assam
Updated: July 9, 2019, 7:45 AM IST
গোৱালপাৰাৰ দৰংগিৰিত বন্যহস্তীৰ উপদ্ৰৱ। ‘লাডেন’ নামৰ হাতীটোৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। নৈশ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে হাতীয়ে আক্ৰমণ কৰে মহিলাগৰাকীক। হাতীৰ আক্ৰমণত নিহত মহিলাগৰাকীৰ নাম নিলু মাৰাক। মৃত মহিলাগৰাকীৰ ঘৰ চেঁচাপানী গাৰোপাৰাত।
আৰু চাওক পৰৱৰ্তী বাতৰি