কলিয়াবৰত লোমৰ্হষক হত্যাকাণ্ড, স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি

News18-Assam
Updated:October 19, 2019, 10:27 AM IST
কলিয়াবৰত লোমৰ্হষক হত্যাকাণ্ড, স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ
পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি
News18-Assam
Updated: October 19, 2019, 10:27 AM IST
পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি। কলিয়াবৰৰ হাতীবন্ধাত সংঘটিত হৈছে লোমৰ্হষক হত্যাকাণ্ড। স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ। পাৰিবাৰিক কন্দলৰ ফলতে সংঘটিত  হৈছে হত্যাকাণ্ড। পিছত স্থানীয় লোকে কৰায়ত্ত কৰে  হত্যাকাৰী  স্বামী শ্ৰীকান্ত দাসক। বৰ্তমান আৰক্ষীৰ জিম্মাত হত্যাকৰী শ্ৰীকান্ত দাস।
আৰু চাওক পৰৱৰ্তী বাতৰি