স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসুস্থ পত্নী ডলী গগৈ!

আজি নিশা চৰকাৰী বাসভৱনতে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব নশ্বৰদেহ।
আজি নিশা চৰকাৰী বাসভৱনতে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব নশ্বৰদেহ।
- News18 Assam
- Last Updated: November 23, 2020, 7:12 PM IST
আজি নিশা চৰকাৰী বাসভৱনতে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব নশ্বৰদেহ। তাতেই সকলোৱে শেষ শ্ৰদ্ধা জনাব পাৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ। গুৱাহাটীতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব গগৈৰ শেষকৃত্য।