স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসুস্থ পত্নী ডলী গগৈ!

News18 Assam | News18-Assam
Updated:November 23, 2020, 7:12 PM IST
স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসুস্থ পত্নী ডলী গগৈ!
আজি নিশা চৰকাৰী বাসভৱনতে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব নশ্বৰদেহ।

আজি নিশা চৰকাৰী বাসভৱনতে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব নশ্বৰদেহ।

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান। ৮৬ বছৰ বয়সত আজি বিয়লি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তৰুণ গগৈ। ইফালে, তৰুণ গগৈৰ দেহাৱসানৰ খবৰ লাভ কৰাৰ পিছতে অসুস্থ হৈ পৰিছে পত্নী ডলী গগৈ।

আজি নিশা চৰকাৰী বাসভৱনতে ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব নশ্বৰদেহ। তাতেই সকলোৱে শেষ শ্ৰদ্ধা জনাব পাৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ। গুৱাহাটীতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব গগৈৰ শেষকৃত্য।
Published by: Sanjay Kumar Das
First published: November 23, 2020, 7:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading