ভয়ংকৰ! পত্নী–পুত্ৰক জ্বলাই হত্যা

News18-Assam
Updated:August 20, 2019, 10:45 AM IST
ভয়ংকৰ! পত্নী–পুত্ৰক জ্বলাই হত্যা
কেৰাচিন ঢালি জ্বলাই দিয়ে পত্নী আৰতি মূড়া আৰু ডেৰ বছৰীয়া নিষ্পাপ কণমানিটিক

কেৰাচিন ঢালি জ্বলাই দিয়ে পত্নী আৰতি মূড়া আৰু ডেৰ বছৰীয়া নিষ্পাপ কণমানিটিক

  • Share this:
পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত সংঘটিত হ’ল তেনে এক ভয়ংকৰ ঘটনা। পত্নী আৰু পুত্ৰক জ্বলাই হত্যা কৰিলে এজনে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে লোকজনে কেৰাচিন ঢালি জ্বলাই দিয়ে পত্নী আৰতি মূড়া আৰু ডেৰ বছৰীয়া নিষ্পাপ কণমানিটিক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ডিম্বেশ্বৰ মূড়াক।
First published: August 20, 2019, 10:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি