• Home
  • »
  • News
  • »
  • assam
  • »
  • CAA বিৰোধী আন্দোলন কিয় উত্তৰ–পূৱত পৃথক? অসমতে কিমান সুৰক্ষিত অসমীয়া ভাষা? শুনক জাহ্নু বৰুৱাৰ মুখেৰে

CAA বিৰোধী আন্দোলন কিয় উত্তৰ–পূৱত পৃথক? অসমতে কিমান সুৰক্ষিত অসমীয়া ভাষা? শুনক জাহ্নু বৰুৱাৰ মুখেৰে

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যত চলিছে প্ৰতিবাদ। অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বাবে CAA কিয় বিপদজনক? জাহ্নু বৰুৱাৰ বিশ্লেষণ

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যত চলিছে প্ৰতিবাদ। সমাজৰ সৰ্বস্তৰৰ লোক ওলাই আহিছে নিজৰ ভাষা, সংস্কৃতিৰ পৰিপন্থী বিতৰ্কিত আইনখনৰ বিৰুদ্ধে। নাগৰিকত্ব সংশোধনী আইনখন প্ৰথমৰ পৰাই তীব্ৰ বিৰোধিতা কৰি আহিছে বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই।

জাহ্নু বৰুৱাৰ বিশ্লেষণত অতি স্পষ্ট কৈ বুজাই দিয়া হৈছে যে, অসমত এতিয়া অসমীয়াৰ অস্তিত্ব কিদৰে বিপদাপন্ন হৈ গৈ আছে। বৰুৱাই কৈছে যে, উত্তৰ–পূৱত CAA বিৰোধী আন্দোলন কোনো ধৰ্মৰ কেন্দ্ৰীক নহয়। অসমৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হে ৰাজপথত জপিয়াই পৰিছে সকলো স্তৰৰ অসমীয়া। উদ্বেগজনক ভাৱে অসমীয়া ভাষী লোকৰ সংখ্যা কমি অহাৰ বিপৰীতে বিগত বৰ্ষত কিমান বৃদ্ধি পালে বাংলাভাষী?

Published by:Himangshu Bhuyan
First published: