সম্প্ৰতি ৰাজ্যত চৰ্চালৈ অহা এটা বিষয় হৈছে বিজেপৰ সভাপতিৰ আসন। এই আসনখনক লৈ চৰ্চালৈ আহিছে দলটোৰ বিগত শাসনকালৰ এজন মন্ত্ৰীৰ নাম। সেইগৰাকী হৈছে ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা।

সভাপতি নহয় দলে যি দায়িত্ব দিয়ে সেয়া নিস্থাৰে পালন কৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ সমষ্টিৰ বিধায়ক ভৱেশ কলিতা । সাংবাদিকৰে সৈতে হোৱা এক কথোপকথনত বিজেপিৰ জেষ্ঠ নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে । উল্লেখ্য যে বৰ্তমানৰ বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰিত্ব লাভ কৰাৰ পাছত নতুন সভাপতিক লৈ ব্যপক চৰ্চা আৰম্ভ হৈছে । তাৰ মাজতে চৰ্চালৈ আহিছে ভৱেশ কলিতাৰ নাম । ইফালে, লংকাৰ উদালিত চিকিৎসকৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিলে ভৱেশ কলিতাই ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|