সকলোৱে জানে যে, সাধাৰণতে জুবিন গাৰ্গে নিশা সংগীতৰ কাম কৰে। বিভিন্ন ইণ্টাৰভিউত জুবিন গাৰ্গে নিজেও বহুবাৰ এই কথা উল্লেখ কৰিছে। মাজ ৰাতি গীত গোৱা, গীত ৰচনা কৰা, নতুন নতুন সংগীত সৃষ্টি কৰা জুবিন গাৰ্গৰ এক নিচাৰ দৰে বুলিও অভিহিত কৰিব পাৰি।
শুকুৰবাৰে নিশা জুবিন গাৰ্গে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিও। নিশা জুবিন গাৰ্গে গীত গাবলৈ অহাৰ সময়ত ষ্টুডিওৰ ভিতৰত অন্যান্য শিল্পীসকল প্ৰায় শুই পৰিছে। এই ভিডিও শ্বেয়াৰ কৰৰ পিছতে বহুত কৰিছে আকৰ্ষণীয় কমেণ্ট।