মুখ্যপৃষ্ঠা »খবৰ »অসম »আন্দোলন এৰক, যি কৰিম আমিহে কৰিম! অসমৰ জনতাক উদ্দেশ্যি কি ক’লে অমিত শ্বাহে?

আন্দোলন এৰক, যি কৰিম আমিহে কৰিম! অসমৰ জনতাক উদ্দেশ্যি কি ক’লে অমিত শ্বাহে?

১৯৮৫চনৰ পৰা কংগ্ৰেছে একো নকৰিলে, তেওঁলোকে এটাই কৰিলে ১৯৭১লৈকে সকলোকে নাগৰিক কৰিলে।

১৯৮৫চনৰ পৰা কংগ্ৰেছে একো নকৰিলে, তেওঁলোকে এটাই কৰিলে ১৯৭১লৈকে সকলোকে নাগৰিক কৰিলে।

১৯৮৫চনৰ পৰা কংগ্ৰেছে একো নকৰিলে, তেওঁলোকে এটাই কৰিলে ১৯৭১লৈকে সকলোকে নাগৰিক কৰিলে।

  • Share this:
অসমক লৈ সংসদৰ মজিয়াত অমিত শ্বাহ। অসমৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাত নপৰে কেবৰ প্ৰভাৱ। আওতাৰ বাহিৰত থাকিব কাৰ্বি আংলং, ডিমা হাচাও আৰু বিটিএডি এলেকা। অসমৰ বাকী অংশত শীঘ্ৰেই কাৰ্যকৰী হ’ব অসম চুক্তিৰ ৬নং দফা। ৰাজ্যৰ ৬ জনগোষ্ঠীক শীঘ্ৰেই প্ৰদান কৰা হ’৸ব জনজাতিৰ মৰ্যাদা। ১৯৮৫ৰ পৰা কংগ্ৰেছে একো নকৰিলে। কংগ্ৰেছে এনআৰচিও নকৰিলে। কংগ্ৰেছে ৬নং দফাও কাৰ্যকৰী নকৰিলে। যি কৰিবলগীয়া আছে আমি কৰিম আৰু কৰিছো। অসমৰ জনতাৰ প্ৰতি অমিত শ্বাহৰ আহ্বান আন্দোলন এৰক, এতিয়া আন্দোলনৰ সময় নহয়। কংগ্ৰেছে এটাই কৰিলে, ১৯৭১চনলৈকে সকলোকে নাগৰিক কৰি দিলে।

শেহতীয়া বাতৰি