• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

ৰাজ্যত সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

এই কথা টুইটাৰযোগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

এই কথা টুইটাৰযোগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

এই কথা টুইটাৰযোগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

  • Share this:
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিছে চলি অহা সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন। আনুষ্ঠানিক নিৰ্দেশনা জাৰি ৰকৰি টুইটাৰযোগে জনালে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।



যদিও সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে, তথাপিও সকলোকে কোভিড প্ৰট’কল মানি চলাৰ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
Published by:Himangshu Bhuyan
First published: