শীতৰ আগমন ৰাজ্যলৈ, দেওবাৰলৈকে ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনা

বুধবাৰে নিশা অহা বৰষুণজাকৰ পিছতেই ৰাজ্যত সলনি হয় বতৰৰ ৰূপ

News18-Assam
Updated:October 24, 2019, 5:18 PM IST
শীতৰ আগমন ৰাজ্যলৈ, দেওবাৰলৈকে ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনা
বুধবাৰে নিশা অহা বৰষুণজাকৰ পিছতেই ৰাজ্যত সলনি হয় বতৰৰ ৰূপ
News18-Assam
Updated: October 24, 2019, 5:18 PM IST
নৱেম্বৰ মাহ সোমাবলৈ এতিয়াও এসপ্তাহ বাকী। হৰ্ঠাৎ ৰাজ্যলৈ আগমন ঘটিল শীতৰ! বুধবাৰে নিশা অহা বৰষুণজাকৰ পিছতেই ৰাজ্যত সলনি হয় বতৰৰ ৰূপ। অহা দেওবাৰ পৰ্যন্ত ৰাজ্যত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা। ফলত হ্ৰাস পাব উষ্ণতাও। গুৱাহাটীৰ লগতে লখিমপুৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, নগাওঁ, নলবাৰী আদি প্ৰায় সকলো ঠাইতে দেওবাৰ পৰ্যন্ত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি