অসমৰ বেছিভাগ ঠাইত পাতলীয়া বৰষুণ হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ আগজাননী সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
অসমৰ বেছিভাগ ঠাইত পাতলীয়া বৰষুণ হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ আগজাননী সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
শাৰদীয় দুৰ্গা পূজাত বিধি–পথালি দিব পাৰে বৰুণ দেৱতাই। আজিৰে পৰা অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বেছি ভাগ ঠাইত হ’ব পাৰে পাতলীয়া বৰষুণ। অহা ২৩ অক্টোবৰৰ দিনা অসমৰ কিছু ঠাইত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি অহা ২৬ অক্টোবৰলৈ অসমৰ বেছিভাগ ঠাইত পাতলীয়া বৰষুণ হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ আগজাননী সদৰী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|