• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather Alert : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিধি–পথালি দিব নেকি বতৰে! আজি আৰু কাইলৈ অসমৰ এইসমূহ ঠাইত ধুমুহা–বৰষুণৰ আগজাননী

Weather Alert : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিধি–পথালি দিব নেকি বতৰে! আজি আৰু কাইলৈ অসমৰ এইসমূহ ঠাইত ধুমুহা–বৰষুণৰ আগজাননী

আগন্তক ২৪ ঘণ্টাৰ ভিতৰ অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ লগতে ৫০–৬০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী সদৰী কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই।

  • Share this:
অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা বিধি–পথালি দিব পাৰে বৰুণ দেৱতাই। ১ এপ্ৰিলত অসমৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰৰ লগতে ৪০–৫০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভৱনা আছে।

আগন্তক ২৪ ঘণ্টাৰ ভিতৰ অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ লগতে ৫০–৬০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী সদৰী কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই।

ঠিক তেনেদৰে আজিৰ দিনটোত কিছু স্থানত ধাৰাসাৰ বৰষুণৰ লগতে ৪০–৫০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভৱনা সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কিন্তু অহা ২ আৰু ৩ এপ্ৰিলত বৰষুণ হ্ৰাস পাব যদিও অসমৰ কিছু ঠাইত পাতলীয়া বৰষুণ আহিব।
Published by:Sanjay Kumar Das
First published: