বে অফ বেংগল সাগৰপৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ ঠাইত বৰষুণৰ প্ৰভাৱ আহিব।
বে অফ বেংগল সাগৰপৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ ঠাইত বৰষুণৰ প্ৰভাৱ আহিব।
পুনৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন ঠাইত ২৪ ঘণ্টাৰ ভিতৰত পাতলীয়া বৰষুণ অহাৰ উপৰি অহা ৬ অক্টোবৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বে অফ বেংগল সাগৰপৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ ঠাইত বৰষুণৰ প্ৰভাৱ আহিব।
২৪ ঘণ্টাৰ পৰা অহা ৩ আৰু ৪ অক্টোবৰলৈ অসম, মেঘালয়, মণিপুৰ, মিজোৰামৰ লগতে ৫ আৰু ৬ আগষ্টত অৰুণাচল প্ৰদেশৰ বেছিভাগ ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|