মুখ্যপৃষ্ঠা »খবৰ »অসম »Murder Case Update : আৰক্ষীৰ অভিযানত বোন্দাজানত উদ্ধাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা, ক'ৰ পৰা সংগ্ৰহ কৰিছিল দাখন?

Murder Case Update : আৰক্ষীৰ অভিযানত বোন্দাজানত উদ্ধাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা, ক'ৰ পৰা সংগ্ৰহ কৰিছিল দাখন?

ক'ৰ পৰা সংগ্ৰহ কৰিছিল দা, অৰূপ আৰু ধনটিক লৈ বৰবাৰীলৈ ৰাওনা আৰক্ষী

ক'ৰ পৰা সংগ্ৰহ কৰিছিল দা, অৰূপ আৰু ধনটিক লৈ বৰবাৰীলৈ ৰাওনা আৰক্ষী

ক'ৰ পৰা সংগ্ৰহ কৰিছিল দা, অৰূপ আৰু ধনটিক লৈ বৰবাৰীলৈ ৰাওনা আৰক্ষী

  • Share this:

ডাবল মাৰ্ডাৰ কাণ্ডৰ এটাৰ পিছত আনটো তথ্য-প্ৰমাণ আহি পৰিছে আৰক্ষীৰ হাতত। আজি নুনমাটি আৰক্ষী নিজ জিম্মাত লোৱা বন্দনা আৰু তেওঁৰ দুই সহযোগী অৰূপ-ধনটিক লৈ হত্যাকাণ্ডত  ব্যৱহৃতক দাৰ সন্ধান চলায়।


অভিযুক্তই হত্যাকাণ্ডত ব্যৱহৃত দাখন বোন্দাজানৰ যিখিনি ঠাইত পেলাইছিল, সেয়া দেখুৱাই দিয়াত আৰক্ষীয়ে কেইবাঘণ্টা বোন্দাজানত অনুসন্ধান চলাই দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


আৰক্ষীয়ে দা উদ্ধাৰ কৰাৰ পিছত দাখন ক'ৰ পৰা সংগ্ৰহ কৰিছিল তাৰ অনুসন্ধানৰ বাবে দুই অভিযুক্ত অৰূপ আৰু ধনটিক লৈ বৰবাৰীলৈ ৰাওনা হৈছে।

শেহতীয়া বাতৰি