১১ আগষ্টলৈ মহানগৰীৰ বিভিন্ন স্থানত বন্ধ থাকিব পানী যোগান

পানীৰ পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব পানী যোগান।

News18-Assam
Updated:August 8, 2019, 2:25 PM IST
১১ আগষ্টলৈ মহানগৰীৰ বিভিন্ন স্থানত বন্ধ থাকিব পানী যোগান
পানীৰ পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব পানী যোগান।
News18-Assam
Updated: August 8, 2019, 2:25 PM IST
আজিৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত বন্ধ থাকিব পানী যোগান। জু-ৰোড, গণেশগুৰি, খ্ৰীষ্টানবস্তি, ৰাজগড়, ৰুক্মিণীনগৰ, শ্ৰীনগৰ, তৰুণ নগৰ, অম্বিকানগৰ, হেঙেৰাবাৰী, ৰূপনগৰ, জাপৰিগোগ, ভাস্কৰনগৰ, সৰুমটৰীয়া আৰু জটীয়াত বন্ধ থাকিব পানীযোগান। ১১ আগষ্টলৈ এই অঞ্চলসমূহত বন্ধ থাকিব পানীযোগন। পানীৰ পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব পানী যোগান। গুৱাহাটী জল ব’ৰ্ডে ঘোষণা কৰিছে এই কথা।
আৰু চাওক পৰৱৰ্তী বাতৰি