• Home
  • »
  • News
  • »
  • assam
  • »
  • নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, মহানগৰীত চুইছে নেকি বিপদসীমা?

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, মহানগৰীত চুইছে নেকি বিপদসীমা?

গুৱাহাটী মহানগৰীতো পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। 

গুৱাহাটী মহানগৰীতো পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। 

গুৱাহাটী মহানগৰীতো পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। 

  • Share this:
নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। বিগত ৪-৫ দিনে হৈ থকা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে বাঢ়িছে পাহাৰীয়া নৈ–উপনৈ। যাৰ ফলত উজনিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। গুৱাহাটী মহানগৰীতো পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। অৱশ্যে মহানগৰীত এতিয়াও বিপদ সীমাৰ বহু তলত আছে জলপৃষ্ঠ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি