নাৱাজুদ্দিন ছিদ্দিকীৰ সৈতে নৃত্য কৰি থাকোতে অস্বস্তিত পৰে ছানী লিয়নী, কিন্তু কিয়? চাওক ভিডিঅ’

শীঘ্ৰে ছবিঘৰলৈ আহি আছে ছানী লিয়নী আৰু নাৱাজুদ্দিন ছিদ্দিকী অভিনীত বলীউডৰ ছবি  ‘Motichoor Chaknachoor’

News18-Assam
Updated:October 26, 2019, 5:10 PM IST
নাৱাজুদ্দিন ছিদ্দিকীৰ সৈতে নৃত্য কৰি থাকোতে অস্বস্তিত পৰে ছানী লিয়নী, কিন্তু কিয়? চাওক ভিডিঅ’
শীঘ্ৰে ছবিঘৰলৈ আহি আছে ছানী লিয়নী আৰু নাৱাজুদ্দিন ছিদ্দিকী অভিনীত বলীউডৰ ছবি  ‘Motichoor Chaknachoor’
News18-Assam
Updated: October 26, 2019, 5:10 PM IST
শীঘ্ৰে ছবিঘৰলৈ আহি আছে ছানী লিয়নী আৰু নাৱাজুদ্দিন ছিদ্দিকী অভিনীত বলীউডৰ ছবি  ‘Motichoor Chaknachoor’। ছবিখনৰ  শ্বুটিং এতিয়া দ্ৰুত গতিত চলি আছে। অলপতে ছবিখনৰ এটি গীতৰ শ্বুটিঙৰ পূৰ্বে প্ৰস্তুতি চলাইছিল ছানী আৰু নাৱাজুদ্দিন ছিদ্দিকীয়ে। গীতটোৰ নৃত্য কৰি থাকোতেই হৰ্ঠাৎ অস্বস্তিত পৰে অভিনেত্ৰীগৰাকী। ছানী লিয়নীয়ে এই ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

চাওক ভিডিঅ’


আৰু চাওক পৰৱৰ্তী বাতৰি