মুখ্যপৃষ্ঠা »খবৰ »অসম »VIRAL:সুললিত কণ্ঠেৰে অস্ত্ৰোপচাৰ টেবুলত সুধাকণ্ঠৰ গীত গোৱা কোন এইজন ব্যক্তি? চাওক VIDEO

VIRAL:সুললিত কণ্ঠেৰে অস্ত্ৰোপচাৰ টেবুলত সুধাকণ্ঠৰ গীত গোৱা কোন এইজন ব্যক্তি? চাওক VIDEO

চিকিৎসকৰ মোবাইলত বন্দী হৈছে এই ভিডিও।

চিকিৎসকৰ মোবাইলত বন্দী হৈছে এই ভিডিও।

চিকিৎসকৰ মোবাইলত বন্দী হৈছে এই ভিডিও।

  • Share this:
কেতিয়াবা ফেচবুকৰ কিছুমান ভাইৰেল ভিডিও শ্বেয়াৰ কৰিবলৈ বাধ্য হৈ পৰে সকলো। এনেকুৱা এটা ভিডিও হৈছে এগৰাকী অখ্যাত শিল্পীৰ। ভাইৰেল হৈ পৰা এই ভিডিওত দেখিবলৈ পোৱা গৈছে হাস্পতালৰ অপাৰেশ্যন টেবুলত সুধাকণ্ঠৰ গীত গাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছে ব্যক্তিজনে। উপস্থিত থকা চিকিৎসকে তেওঁক কৰা অনুৰোধ ৰাখি কণ্ঠ নিগৰাই গৈছে গীতত। ব্যক্তিজনৰ নাম হিতেন মেধি আৰু চিকিৎসকৰ ম’বাইল কেমেৰাত বন্দী হৈছে ব্যক্তিজনে গীত গোৱাৰ এই দৃশ্য। ভাইৰেল ভিডিওটো কেতিয়াৰ সেই কথা জানিব পৰা হোৱা নাই।

শেহতীয়া বাতৰি