এতিয়া চালে হাঁহিব আপুনি, কিন্তু সৰু থাকোতে আপুনিও নিশ্চয় এনেকুৱাই কৰিছিল, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 1, 2019, 2:29 PM IST
এতিয়া চালে হাঁহিব আপুনি, কিন্তু সৰু থাকোতে আপুনিও নিশ্চয় এনেকুৱাই কৰিছিল, চাওক VIDEO
সৰুকালৰ তেনে দৃশ্যসমূহ যেতিয়া ডাঙৰ হোৱাত চাওঁ, তেতিয়া হাঁহি উঠে। তেনে এটা ভিডিঅ’ই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে হাছান আলী নামৰ ব্যৱহাৰকাৰীজনে।

সৰুকালৰ তেনে দৃশ্যসমূহ যেতিয়া ডাঙৰ হোৱাত চাওঁ, তেতিয়া হাঁহি উঠে। তেনে এটা ভিডিঅ’ই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে হাছান আলী নামৰ ব্যৱহাৰকাৰীজনে।

  • Share this:
কেতিয়াবা কেতিয়াবা কিছুমান ভিডিঅ’ প্ৰত্যক্ষ কৰি নষ্টালজিক হৈ পৰো আমি। উভতি যাওঁ শৈশৱৰ দিনবোৰলৈ। অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰি ৰোমাঞ্চিত হৈ পৰো। কিন্তু সৰুকালৰ তেনে দৃশ্যসমূহ যেতিয়া ডাঙৰ হোৱাত চাওঁ, তেতিয়া হাঁহি উঠে।

তেনে এটা ভিডিঅ’ই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে হাছান আলী নামৰ ব্যৱহাৰকাৰীজনে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত চিকিৎসা কৰ্মীয়ে এটি শিশুৰ তেজৰ নমুনা সংগ্ৰহ কৰা দেখা গৈছে।

চাওক ভিডিঅ’টো :

আৰু চাওক পৰৱৰ্তী বাতৰি