মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজপথত শুইছে ‘অতুল’, জগাইছেহে জগাইছে, অতুল নুঠে, চাওক VIDEO

ৰাজপথত শুইছে ‘অতুল’, জগাইছেহে জগাইছে, অতুল নুঠে, চাওক VIDEO

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলো দল–সংগঠন, সৰ্বসাধাৰণ ওলাই আহিছে ৰাজপথলৈ। এনে সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য। চৌদিশে এতিয়া প্ৰতিবাদৰ জুই। বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে সকলো দল–সংগঠন, সৰ্বসাধাৰণ ওলাই আহিছে ৰাজপথলৈ। এনে সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত ৰাজপথত শুই পৰিছে ‘অতুল’। ‘অতুল’ক জগাইছে এজন লোকে। কাগজৰ ৰোল এটাৰে কোবাই কোবাই ‘অতুল’ক জগাইছে – ‘অতুল’ উঠা, দেশ গ’ল, জাতি গ’ল, মাটি গ’ল, ভেটি গ’ল, ‘অতুল উঠা’। কিন্তু চকুৱে নেমেলিলে ‘অতুল’–এ।
চাওক ভিডিঅ’ :

এয়াও চাওক : ৰাজপথত শুইছে ‘অতুল’, জগাইছেহে জগাইছে, অতুল নুঠে, চাওক VIDEO

শেহতীয়া বাতৰি