ভেকচিন সন্দৰ্ভত ভুৱা তথ্যৰে Viral হোৱা এটা postক লৈ অসম আৰক্ষীৰ সতৰ্কতা। জনসাধাৰণক ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান...

News18 Assam | News18-Assam
Updated:May 25, 2021, 1:57 PM IST
ভেকচিন সন্দৰ্ভত ভুৱা তথ্যৰে Viral হোৱা এটা postক লৈ অসম আৰক্ষীৰ সতৰ্কতা। জনসাধাৰণক ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান...
অসম আৰক্ষীৰ বিশেষ সতৰ্কতা। ছচিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি আৰক্ষীৰ। এটা ভাইৰেল পোষ্টক লৈ অসম আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰিলে প্ৰতিক্ৰিয়া।

অসম আৰক্ষীৰ বিশেষ সতৰ্কতা। ছচিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি আৰক্ষীৰ। এটা ভাইৰেল পোষ্টক লৈ অসম আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰিলে প্ৰতিক্ৰিয়া।

  • Share this:
অসম আৰক্ষীৰ বিশেষ সতৰ্কতা। ছচিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি আৰক্ষীৰ। এটা ভাইৰেল পোষ্টক লৈ অসম আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰিলে প্ৰতিক্ৰিয়া। টুইটটোত অসম আৰক্ষীয়ে লিখা কথাখিনি-

"ভেকছিনসম্পৰ্কে এজন ফৰাচী নবেল বঁটা বিজয়ীৰ ফটোৰ সৈতে দিয়া এটা বিভ্ৰান্তিকৰ উদ্ধৃতি মিছা প্ৰসংগৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে।

আমি নাগৰিকসকলক এই অপ্ৰমাণিত ফৰৱাৰ্ডবোৰৰ প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছো।

মনত ৰাখিব, ভুল তথ্য ভাইৰাছৰ দৰেই মাৰাত্মক হ'ব পাৰে।"
Published by: Kokil Sarma
First published: May 25, 2021, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি