
মূল অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ ঘৰ উচ্ছেদ। ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামাৰাস্থিত ঘৰত বুলড্ৰ’জাৰ লগাই প্ৰশাসনে চলালে উচ্ছেদ।
মূল অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ ঘৰ উচ্ছেদ। ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামাৰাস্থিত ঘৰত বুলড্ৰ’জাৰ লগাই প্ৰশাসনে চলালে উচ্ছেদ।
ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ মৃত্যুৰ ঘটনা। এই ঘটনাত ৫জন যুৱক জড়িত আছিল আৰু এই পাঁচ যুৱকৰ মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ পথ বাচি লৈছিল বিনীত বাগাৰিয়াই। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তৎপৰতা গ্ৰহণ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ মূল অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ ঘৰত উচ্ছেদ চলায় প্ৰশাসনে।
মূল অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ ঘৰ উচ্ছেদ। ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামাৰাস্থিত ঘৰত বুলড্ৰ’জাৰ লগাই প্ৰশাসনে চলালে উচ্ছেদ। অনুমতি নোলোৱাকৈ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল ঘৰ।
ইয়াৰ পূৰ্বেও জাননী প্ৰেৰণ কৰা হৈছিল, ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু পৰিয়ালৰ লোকে ঘৰ খালী কৰা নাছিল। আজি পুৱাৰে পৰা প্ৰশাসনে বুলড্ৰ’জাৰ লগাই চলায় উচ্ছেদ অভিযান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|