মুখ্যপৃষ্ঠা »খবৰ »অসম »Jagiroad : জাগীৰোডৰ বাৰুকটাত হঠাতে গুৰুতৰভাৱে অসুস্থ হয় গাঁওৰ শিশুকে ধৰি প্ৰায় শতাধিক লোক

Jagiroad : জাগীৰোডৰ বাৰুকটাত হঠাতে গুৰুতৰভাৱে অসুস্থ হয় গাঁওৰ শিশুকে ধৰি প্ৰায় শতাধিক লোক

মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ বুজ লয় উপায়ুক্ত দেৱাশিস শৰ্মাই।

মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ বুজ লয় উপায়ুক্ত দেৱাশিস শৰ্মাই।

মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ বুজ লয় উপায়ুক্ত দেৱাশিস শৰ্মাই।

  • Share this:
জাগীৰোডৰ বাৰুকটাত চাঞ্চল্যকৰ ঘটনা। হঠাতে গাঁওখনত গুৰুতৰভাৱে অসুস্থ হয় শিশুকে ধৰি প্ৰায় শতাধিক লোক। ওচৰ-চুবুৰীয়াই ঘটনাৰ খবৰ পোৱাৰ লগে লগে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই একাংশ গুৰুতৰভাৱে অসুস্থ লোকক। সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই লোকসকল।

খাদ্যত বিষক্ৰিয়া হোৱাৰ বাবে এনে অঘটনৰ সন্দেহ প্ৰকাশ কৰিছে জিলা উপায়ুক্তই। অসুস্থ কিছু ব্যক্তি ঘৰতে চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ বুজ লয় উপায়ুক্ত দেৱাশিস শৰ্মাই।

শেহতীয়া বাতৰি