• Home
  • »
  • News
  • »
  • assam
  • »
  • Vijaya Dashami: বিজয়া দশমীত চিআৰপিএফৰ অস্ত্ৰপূজা, নগাঁৱৰ কাটিমাৰীস্থিত কেম্পত ব্যাপক উৎসাহ

Vijaya Dashami: বিজয়া দশমীত চিআৰপিএফৰ অস্ত্ৰপূজা, নগাঁৱৰ কাটিমাৰীস্থিত কেম্পত ব্যাপক উৎসাহ

চিআৰপিএফৰ জোৱানসকলে নাচি-বাগি বিসৰ্জন দিয়ে দেৱীক

চিআৰপিএফৰ জোৱানসকলে নাচি-বাগি বিসৰ্জন দিয়ে দেৱীক

চিআৰপিএফৰ জোৱানসকলে নাচি-বাগি বিসৰ্জন দিয়ে দেৱীক

  • Share this:
বিজয়া দশমীত চিআৰপিএফৰ অস্ত্ৰপূজা।  দেশৰ সুৰক্ষাত নিয়োজিত চিআৰপিএফৰ জোৱানসকলে আজি উলহ-মালহৰে উদযাপন কৰিলে বিজয়া দশমী।

নগাঁৱৰ কাটিমাৰীস্থিত চিআৰপিএফৰ ৩৪নং বেটেলিয়নৰ জোৱানসকলে নৱৰাত্ৰিৰ ব্ৰত পালন কৰাৰ লগতে বিজয়া দশমীত অনুষ্ঠিত কৰে অস্ত্ৰপূজা। বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনলৈ যোৱা চিআৰপিএফৰ জোৱানসকলে নাচি-বাগি উলাহ কৰাও দেখা গ'ল নগাঁৱত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি