• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত ভিক্টৰ দাসক নিলম্বন, পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ

অৱশেষত ভিক্টৰ দাসক নিলম্বন, পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ

উল্লেখযোগ্য যে চৰকাৰী চাকৰি কৰাৰ উপৰি ভিক্টৰ দাসে চলাইছিল ক’চিং চেণ্টাৰ। ২৬ হাজাৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ।

  • Share this:
অৱশেষত ভিক্টৰ দাসক নিলম্বন। পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক।

উল্লেখযোগ্য যে চৰকাৰী চাকৰি কৰাৰ উপৰি ভিক্টৰ দাসে চলাইছিল ক’চিং চেণ্টাৰ। ২৬ হাজাৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ।

৭ দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল ভিক্টৰৰ অন্তৰ্ৱৰ্তীকালীন জামিন।
Published by:Sanjay Kumar Das
First published: