• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তক প্ৰায় ৬ ঘণ্টা জেৰা, যাবলৈ দিলে ঘৰলৈ

ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তক প্ৰায় ৬ ঘণ্টা জেৰা, যাবলৈ দিলে ঘৰলৈ

''পৰীক্ষা নিকা আৰু স্বচ্ছ হোৱাটো বিচাৰোঁ, কোন প্ৰাক্তন বিধায়ক জড়িত নাম নকওঁ, আৰক্ষীক জনাইছোঁ।'' –অম্লানে কয়

  • Share this:
ৰাজ্যৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ অভিযোগ তোলা ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তক প্ৰায় ৬ ঘণ্টা ধৰি জেৰা কৰে আৰক্ষীয়ে। ছঘণ্টীয়া জেৰাৰ অন্তত অম্লানজ‍্যোতি দত্তক যাবলৈ দিয়া হয়।

এই সন্দৰ্ভত অম্লানজ্যোতিয়ে জানিবলৈ দিয়ে যে তেওঁ সকলো তথ্য আৰক্ষীক যোগান ধৰিছে। আৰক্ষীয়ে যেতিয়াই বিচাৰে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তেওঁ

যিকেইটা নম্বৰৰ পৰা ফোন আহিছিল, সেই নম্বৰৰ তালিকা আৰক্ষীক দিয়া বুলি প্ৰকাশ কৰে। অম্লানে কয়– ''পৰীক্ষা নিকা আৰু স্বচ্ছ হোৱাটো বিচাৰোঁ, কোন প্ৰাক্তন বিধায়ক জড়িত নাম নকওঁ, আৰক্ষীক জনাইছোঁ।''
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি