সংবাদ মাধ্যমৰ আগত আবেগিক ভিক্টৰৰ মাতৃ। অসমবাসী, সংবাদ মাধ্যমক ধন্যবাদ জনালে ভিক্টৰৰ মাতৃয়ে। মহামান্য আদালতৰ লগতে অধিবক্তা অংশুমান বৰাকো ধন্যবাদ জনালে ভিক্টৰ দাসৰ মাতৃয়ে।

মুকলি আকাশৰ তললৈ আহিল ভিক্টৰ দাস। ৭ দিনৰ অন্তত মুকলি আকাশৰ তললৈ ভিক্টৰ। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল ভিক্টৰৰ অন্তৰ্ৱৰ্তীকালীন জামিন। আদালতত হাজিৰ কৰোৱাৰ পিছতে ঘৰলৈ যাব পাৰিব ভিক্টৰ।
সংবাদ মাধ্যমৰ আগত আবেগিক ভিক্টৰৰ মাতৃ। অসমবাসী, সংবাদ মাধ্যমক ধন্যবাদ জনালে ভিক্টৰৰ মাতৃয়ে। মহামান্য আদালতৰ লগতে অধিবক্তা অংশুমান বৰাকো ধন্যবাদ জনালে ভিক্টৰ দাসৰ মাতৃয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|