• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিক্টৰ দাসক আদালতত হাজিৰ, ৩ দিনৰ জিম্মাত বিচাৰিছে পাণবজাৰ আৰক্ষীয়ে

ভিক্টৰ দাসক আদালতত হাজিৰ, ৩ দিনৰ জিম্মাত বিচাৰিছে পাণবজাৰ আৰক্ষীয়ে

ৰাজ্যৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। 

  • Share this:
স্বাস্থ্য পৰীক্ষাৰ পিছতে ভিক্টৰ দাসক লৈ অনা হৈছে আদালতলৈ। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে ভিক্টৰ দাসক। উপস্থিত আছে ভিক্টৰৰ মাতৃও। ৩ দিনৰ বাবে আৰক্ষী জিম্মাত বিচাৰিছে পাণবজাৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি