• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিক্টৰ দাসৰ মোবাইল ফোন জব্দ, পৰীক্ষা কৰি থকা হৈছে ভিক্টৰে আৰক্ষীক দিয়া অভিযোগ

ভিক্টৰ দাসৰ মোবাইল ফোন জব্দ, পৰীক্ষা কৰি থকা হৈছে ভিক্টৰে আৰক্ষীক দিয়া অভিযোগ

ভিক্টৰ দাসে আৰক্ষীক প্ৰদান কৰা অভিযোগ পৰীক্ষা কৰি থকা হৈছে। ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰা অভিযোগ দাখিল কৰিছে ভিক্টৰ দাসে।

  • Share this:
ভিক্টৰ দাসৰ মোবাইল ফোন জব্দ আৰক্ষীৰ। ভিক্টৰ Scordemy নামৰ এটা অনলাইন প’ৰ্টেলত প্ৰশিক্ষক ৰূপে কৰ্মৰত। মালিগাঁও আৰু ৰাজগড়ৰ দুটা কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰে ভিক্টৰে। কোচিং চেণ্টাৰত পাঠদান কৰি থকা চাকৰি প্ৰত্যাশীয়ে ভিক্টৰৰ সন্মুখত ৰাখিছিল অভিযোগ। প্ৰাৰ্থীৰ পৰা ভিক্টৰলৈ অহা ফোন ৰেকৰ্ডিঙৰ ভিত্তিত আৰক্ষীক অভিযোগ ভিক্টৰৰ।

ভিক্টৰ দাসে আৰক্ষীক প্ৰদান কৰা অভিযোগ পৰীক্ষা কৰি থকা হৈছে। ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰা অভিযোগ দাখিল কৰিছে ভিক্টৰ দাসে। সকলোবোৰ চাই থকা হৈছে, এতিয়ালৈ চূড়ান্ত সিদ্ধান্তত আহিব পৰা হোৱা নাই। সকলোবোৰ পৰীক্ষা কৰি থকা হৈছে। ক’লে DCP দিগন্ত চৌধুৰীয়ে।

উল্লেখযোগ্য যে ছচিয়েল মিডিয়াযোগে ভিক্টৰে নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছিল। ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰিছে যে এই নিযুক্তিক লৈ এক ডাঙৰ লবী চলি আছে। একাংশ প্ৰাক্তন বিধায়ক জড়িত হৈছে চাকৰিৰ দৰ–দাম কৰাত। পদ অনুসৰি ৩ৰ পৰা ৮ লাখ টকালৈকে দাম উঠিছে চাকৰিৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি