• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত গুৰুতৰ ভাবে অসুস্থ, চিকিত্‍সালয়ত ভৰ্তি

বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত গুৰুতৰ ভাবে অসুস্থ, চিকিত্‍সালয়ত ভৰ্তি

ৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ব্ৰেইন ষ্ট্ৰ’ক

ৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ব্ৰেইন ষ্ট্ৰ’ক

ৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ব্ৰেইন ষ্ট্ৰ’ক

  • Share this:
ৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ব্ৰেইন ষ্ট্ৰ’ক। মঙলবাৰে অৰ্চনা মহন্তক গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়।  বৰ্তমান অৰ্চনা মহন্তৰ অৱস্থা সংকটজনক বুলি জনাইছে চিকিত্‍সকে। পূৰ্বৰে পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল পাপনৰ মাতৃ তথা ৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত। বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ আশু আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Published by:Himangshu Bhuyan
First published: