পাচলি বিক্ৰেতাৰ দেহত ওলাল কোভিড–১৯ পজিটিভ, মহানগৰীৰ শিলপুখুৰীত হাহাকাৰ

News18 Assam | News18-Assam
Updated:June 29, 2020, 1:40 PM IST
পাচলি বিক্ৰেতাৰ দেহত ওলাল কোভিড–১৯ পজিটিভ, মহানগৰীৰ শিলপুখুৰীত হাহাকাৰ
৩দিন পূৰ্বে অশোক দাসে কৰিছিল কোভিড টেষ্ট। কিন্তু কোভিড টেষ্টৰ ফলাফললৈ অপেক্ষা নকৰি অশোকে চলাই গৈছিল ব্যৱসায়।

৩দিন পূৰ্বে অশোক দাসে কৰিছিল কোভিড টেষ্ট। কিন্তু কোভিড টেষ্টৰ ফলাফললৈ অপেক্ষা নকৰি অশোকে চলাই গৈছিল ব্যৱসায়।

  • Share this:
গুৱাহাটীৰ শিলপুখুৰীৰ এজন শাক-পাচলিৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ।দেওবাৰে সন্ধিয়ালৈকে ব্যৱসায়ী অশোক দাসে শিলপুখুৰীত বিক্ৰী কৰিছিল পাচলি। ভাতৃ পংকজৰ লগত লগ হৈ বিক্ৰী কৰিছিল পাচলি।৩দিন পূৰ্বে অশোক দাসে কৰিছিল কোভিড টেষ্ট। কিন্তু কোভিড টেষ্টৰ ফলাফললৈ অপেক্ষা নকৰি অশোকে চলাই গৈছিল ব্যৱসায়।অশোকৰ পাচলি দোকানৰ পৰা শ-শ গ্ৰাহকে ক্ৰয় কৰিছে পাচলি। অৰ্থাৎ অশোকৰ সংস্পৰ্শলৈ আহিছে বহু লোক। যাক লৈ আতংকিত শিলপুখুৰীবাসী।
First published: June 29, 2020, 12:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading