• Home
  • »
  • News
  • »
  • assam
  • »
  • তেজপুৰ পালেহি দীপিকা পাডুকণ আৰু অনিল কাপুৰৰ ভেনিটী ভান, কাইলৈৰ পৰা ‘ফাইটাৰ’ৰ শ্বুটিং

তেজপুৰ পালেহি দীপিকা পাডুকণ আৰু অনিল কাপুৰৰ ভেনিটী ভান, কাইলৈৰ পৰা ‘ফাইটাৰ’ৰ শ্বুটিং

বৃহস্পতিবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং।

বৃহস্পতিবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং।

বৃহস্পতিবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং।

  • Share this:
আজি তেজপুৰলৈ আহিব বলীউদ তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন৷ নতুন ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰত ভিৰ কৰিছেহি বলীউদৰ ৰথী–মহাৰথীয়ে।

তেজপুৰত আজি পুৱাতে আহি পালে দীপিকা পাডুকণ আৰু অনিল কাপুৰৰ ভেনেটী ভেন৷ প্ৰথমে দীপিকা পাডুকণৰ ভেনিটী ভেন তেজপুৰত উপস্থিত হয়। তাৰ পিছতে তেজপুৰ পালেহি অনিল কাপুৰৰ ভেনিটী ভান।

বৃহস্পতিবাৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং। ইতিমধ্যে জনপ্ৰিয় তাৰকা ঋত্বিক ৰোছন দুদিন ধৰি তেজপুৰ বায়ুসেনা ঘাটিতে আছে। অৱশ্যে বায়ুসেনা ঘাটিৰ বাহিৰে আন ঠাইতো ছবিৰ শ্বুটিং হ'ব নেকি, সেই সম্পৰ্কেহে জানিব পৰা হোৱা নাই৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি