গুৱাহাটীৰ ক'ত উদযাপন কৰিব প্ৰেমৰ দিন? 

News18 Assam | News18-Assam
Updated:February 13, 2020, 7:11 PM IST
গুৱাহাটীৰ ক'ত উদযাপন কৰিব প্ৰেমৰ দিন? 
প্ৰেমৰ দিনটোক অধিক ৰঙীণ কৰিবলৈ গুৱাহাটীলৈ আহিল বলীউদৰ জনপ্ৰিয় গায়ক অভিজিৎ ভট্টাচাৰ্য

প্ৰেমৰ দিনটোক অধিক ৰঙীণ কৰিবলৈ গুৱাহাটীলৈ আহিল বলীউদৰ জনপ্ৰিয় গায়ক অভিজিৎ ভট্টাচাৰ্য

  • Share this:
ভেলেণ্টাইন ডে' , প্ৰেমৰ বাবে এটা বিশেষ দিন ৷ বহুতে হয়তো ইতিমধ্যে পুৰিকল্পনা কৰিছেই, কিদৰে ক’ত উদযাপন কৰিব প্ৰেমৰ এই বিশেষ দিনটো।  প্ৰেমৰ এই বিশেষ দিনটো অধিক ৰঙীণ কৰিবলৈ গুৱাহাটীলৈ আহি আছে বলীউডৰ জনপ্ৰিয় গায়ক অভিজিৎ ভট্টাচাৰ্য ৷ নিজৰ হিট গীতেৰে গুৱাহাটীৰ প্ৰেম যুগলক অধিক ৰঙীণ কৰিব অভিজিতে ৷ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰৰ ওপৰৰ O2ত গীত গাব অভিজিতে ৷ যাৰ বাবে সজাই পৰাই তোলা হৈছে বেংকুইট হল O2।



ফিল্মফেয়াৰৰ প্ৰাকমূহূৰ্তত ১৪ ফেব্ৰুৱাৰীৰ নিশাটো ৰঙীণ কৰিব অভিজিতে ৷ ভেলেণ্টাইন ডে'ক অধিক ৰঙীণ কৰিবলৈ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে জনপ্ৰিয় গায়কগৰাকী ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি