உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান

    ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান

    অসমীয়া ভাষা–সাহিত্যৰ প্ৰখ্যাত গৱেষক, ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান

    অসমীয়া ভাষা–সাহিত্যৰ প্ৰখ্যাত গৱেষক, ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান

    অসমীয়া ভাষা–সাহিত্যৰ প্ৰখ্যাত গৱেষক, ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান

    • Share this:
    অসমীয়া ভাষা–সাহিত্যৰ প্ৰখ্যাত গৱেষক, ভাষাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান। শুকুৰবাৰে পুৱা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হাৈ থকা গোস্বামীক যোৱা ২৫ নবেম্বৰত গুৱাহাটীৰ KGMT হস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও, স্বাস্থ্য সামান্য উন্নতি ঘটাত নিজা ঘৰলৈ লৈ যোৱা হৈছিল।

    গোলোক চন্দ্ৰ গোস্বামী আছিল গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। অসমীয়া ভাষাৰ বিজ্ঞানসন্মত চৰ্চাত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা ড০ গোস্বামীক ২০০২ চনত সাহিত্য সভাই সাহিত্য চাৰ্য উপাধি প্ৰদান কৰিছিল।
    Published by:Himangshu Bhuyan
    First published: