মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ উত্তৰাখণ্ড চৰকাৰৰ ৫ কোটি টকা, সৰ্বানন্দ সোনোৱালে জনালে ধন্যবাদ

সৰ্বানন্দ সোনোৱালে টুইটাৰ যোগে জনালে ধন্যবাদ

News18-Assam
Updated:July 26, 2019, 6:07 PM IST
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ উত্তৰাখণ্ড চৰকাৰৰ ৫ কোটি টকা, সৰ্বানন্দ সোনোৱালে জনালে ধন্যবাদ
সৰ্বানন্দ সোনোৱালে টুইটাৰ যোগে জনালে ধন্যবাদ
News18-Assam
Updated: July 26, 2019, 6:07 PM IST
অসমৰ বানৰ বাবে উত্তৰাখণ্ড চৰকাৰে আগবঢ়াইছে বিশেষ সাহায্য। শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াই উত্তৰাণ্ডৰ চৰকাৰে।মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত চৰকাৰী খবৰ অনুসৰি  শুকুৰবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ফোন যোগে খবৰ লয়।



উত্তৰাখণ্ড চৰকাৰে আগবঢ়োৱা এই সাহায্যৰ বাবে ধন্যবাদ জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
আৰু চাওক পৰৱৰ্তী বাতৰি